Thong Tay Hoi, VN
Thứ 7, 04/05/2024
mưa nhẹ
29
Mưa nhẹ

29°C - 30°C

84%

1008hPa

1.54m/s

75%

9Km

0.14mm

10:34 PM

11:06 AM

সপোন মই সেন্দূৰীয়া সপোন দেখো এলান্ধু জুহালৰ আইৰ লাগনী-শৰীৰ উত্তাপত এচমকা হতাশৰ বিষাদক অঙঠা ঝংকাৰত জহা কোমোৰা সন্নিমিশ্ৰণত ডেকেৰুৱা হাঁহৰ তেলাল মঙহৰ সোৱাদ লবলৈ। সপোনে কেতিয়াবা হহুৱাই,কেতিয়াবা কন্দুৱাই, কেতিয়াবা মৃত্যুৰ কিৰিলীয়ে মনৰ মাজত লুকাভাকু খেলে। নিৰ্জনতাৰ আকাশ কুঁৱলীৰ ওৰনিয়ে ঢাকি ৰখাৰ ধৰাৰ সেউজীয়াৰ সপোনপুৰী নিয়ৰৰ টুপালবোৰত মৌ-সনা সূৰুজৰ হেঙুলীয়া কিৰণে জীৱন যুদ্ধত পৰাজয়ে গ্ৰাস কৰা গৰিমাক কুঁৱলীৰ বাট নেওচি নিৰাশাক ভাঙি থপিয়াই স্পন্দন কৰা কল্পনা ৰচোঁ।

60
137
0
0

  • Nasrin Akhtara
    Nasrin Akhtara
    অতি সুন্দৰ👏
    • Haha

    • Trả lời
    • 1 năm trước
    • Ridipta Neog
      Ridipta Neog
      ধুনীয়া,মনৰ আবেগ বোৰ সন্নিবিষ্ট হৈ প্ৰকাশিত হোৱাত ‌ভাল লাগিল ।
      • Haha

      • Trả lời
      • 1 năm trước