Thong Tay Hoi, VN
Thứ 7, 11/05/2024
bầu trời quang đãng
35
Bầu trời quang đãng

34°C - 35°C

46%

1012hPa

2.57m/s

0%

10Km

10:32 PM

11:07 AM

যিসকলে চাইকেল চলোৱা মানুহক ঠাট্টা কৰে তেওঁৰ বাবে চাইকেলখন নহয়। যিসকলে গাড়ী এখন কিনি জীৱনৰ আটাতকৈ ডাঙৰ কামটো কৰা বুলি ভিতৰি ভিতৰি নিজকে পৃথিৱীৰ সুখী ব্যক্তি বুলি ভাবে তেওঁৰ বাবেও চাইকেলখন নহয়। চাইকেল খন তেওঁৰ বাবে- যিজনৰ জীৱনৰ উঠা নমা বোৰৰ লগত সহবাস কৰাৰ এটা মন আছে, কিম্বা যিকোনো বতৰ নেওচি আগুৱাই যোৱাৰ বুকুত সাহস আছে। যদি জীৱনটো যুদ্ধ; আমিও সৈনিক ।

83
112
0
0

Kiếm tiền đơn giản cùng Hahalolo!
Trải nghiệm nổi bật

A Comprehensive Guide to Vietnam Border Crossing Tours
A Comprehensive Guide to Vietnam Border Crossing Tours
Đã đăng ký với Bộ Công Thương
Đã thông báo với Bộ Công Thương
Thành viên liên kết Hiệp hội Du lịch Mỹ