যিসকলে চাইকেল চলোৱা মানুহক ঠাট্টা কৰে তেওঁৰ বাবে চাইকেলখন নহয়।
যিসকলে গাড়ী এখন কিনি জীৱনৰ আটাতকৈ ডাঙৰ কামটো কৰা বুলি ভিতৰি ভিতৰি নিজকে পৃথিৱীৰ সুখী ব্যক্তি বুলি ভাবে তেওঁৰ বাবেও চাইকেলখন নহয়।
চাইকেল খন তেওঁৰ বাবে- যিজনৰ জীৱনৰ উঠা নমা বোৰৰ লগত সহবাস কৰাৰ এটা মন আছে, কিম্বা যিকোনো বতৰ নেওচি আগুৱাই যোৱাৰ বুকুত সাহস আছে। যদি জীৱনটো যুদ্ধ; আমিও সৈনিক ।
83
112
0
0