#লাহী_পাহি
এই বৰ্ষৰ ৰাজতিলক থিয়েটাৰত অভিনেতা/নাট্যকাৰ চম্পক শৰ্মাৰ নাটক 'বিবাহ বাৰ্ষিকী'ত আমি লিখা এটা ৰোমান্টিক গান- "#লাহী_পাহি" জনপ্ৰিয় সংগীত শিল্পী অৰূপ বৰুৱাৰ সংগীত পৰিচালনাত আহিব লগা গানটো ভাল পাব চাগে!! #assamesemobiletheatre #champaksarma #pranjanadutta

78
128
0
0