Moi Tumar Dil Lx
Moi Tumar Dil Lx

More

About

  • Lives in Boko
• জীৱন পোৱা নোপোৱাৰ এক মিশ্ৰণ । পোৱা বোৰৰ পৰা অভিজ্ঞতা অর্জন কৰা প্ৰয়োজন আৰু নোপোৱাবোৰৰ লগত নিজকে খাপ খুৱাই নিজৰ দৈনন্দিন কাম কৰি যোগাত্মক দৃষ্টিৰে সময়ৰ আহ্বানক স্বীকাৰ কৰিবই লাগিব ৷ এয়ে জীৱন সুখ আৰু দুখৰ এক মিশ্ৰিত অনুভৱ৷ জীৱন যৌৱন বৰ অনুপম, জীৱনটোত সুখ-দুখৰ মাজত থাকিবলগীয়া হয়। দুখবোৰে আমাক শিকাই থৈ যায় জীৱনৰ দিশবোৰ লৈ। যৌৱনৰ ৰোমাঞ্চিত সময়বোৰ ভালদৰে উপভোগ কৰা কাৰণ জীৱনৰ অতি গুৰুত্বপূৰ্ন সময়।

63
66
0
0
एक नया कार्य दिवस शुरू करें 💪

70
72
0
0
Lucky little boy
NEWJplus
Celebrity site ·
·
Boy Playing Hide And Seek Found In Different Country After 6 Days लुकाछिपी में ऐसी जगह छिपा 15 साल का बच्चा की सीधा पहुंच गया मलेशिया #AajNEWJDekhaKya

3
31
0
প্ৰেমে কি দিলে বা কি কাঢ়ি ললে জীৱনৰ পৰা সেয়া পিছৰ কথা কিন্তু বিশ্বাস আৰু অন্ধবিশ্বাসৰ মাজৰ পাৰ্থক্য খুব ভালকৈয়ে শিকালে ।বিশ্বাসে সম্পর্কটো গাঢ় কৰে কিন্তু অন্ধবিশ্বাসে আপোনাৰ জীৱন শেষ কৰি দিব পাৰে। প্ৰেমত আপোনাৰ সংগীজনক বিশ্বাস অৱশ্যেই কৰক কিন্তু চকুমুদি নহয় চকুমেলিহে।নহলে অন্ধভাৱে কৰা বিশ্বাসে এদিন আপোনাৰ জীৱনেই অন্ধকাৰ কৰি পেলাব পাৰে .. Photography_ Hiranya Kalita

73
76
0
0
Marvellous!😍😍
A new tourist destination in Odisha😍 Wanderers: @sameersahoo_ & @travelling.boys Sapua Dam, Dhenkanal 🌊 Now a days Sapua dam is new tourist destination in Odisha. This dam is situated in Hindol block of Dhenkanal district....
See more

2
29
0
দুখী জীৱন 😌

41
73
0
0
Wow excellent!
एक फैक्ट्री में स्वादिष्ट फ्रूट कैंडी बनाना 🍉

2
31
0